January 5, 2026 12:57 PM January 5, 2026 12:57 PM

views 4

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান, IIMCত PHD পাঠ্যক্ৰম আৰম্ভ

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান, IIMC-য়ে ইয়াৰ ৬০ বছৰীয়া যাত্ৰাত নতুন শৈক্ষিক মাইলৰ খুঁটি হিচাপে PHD পাঠ্যক্ৰম আৰম্ভ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদমাধ্যম আৰু গণসংযোগ অধ্যয়নত PHD-ৰ বাবে নামভৰ্তি কৰা হ'ব। সাংবাদিকতা, ডিজিটেল মিডিয়া আৰু কৌশলগত যোগাযোগৰ গৱেষণাৰ বাবে IIMC-য়ে এই ডক্টৰেট ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে।