August 20, 2025 8:22 PM August 20, 2025 8:22 PM

views 2

ৰাজ্যসভাত গৃহীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫

ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫ আজি ৰাজ্যসভাত গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। লোকসভাই কালি বিধেয়কখন গ্ৰহণ কৰিছিল । বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে নতুন প্রতিষ্ঠান স্থাপন কৰিবলৈ আৰু দেশৰ সকলো প্ৰান্তৰ শিক্ষাৰ্থীক সুযোগ দিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয়, যে ২০১৩ চনত মাত্ৰ চাৰে ৩ হাজাৰ বিদ্যাৰ্থী ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানত অধ্যয়নৰত আছিল আৰু ২০২৪-২৫ বৰ্ষত এনে শিক্ষ...