July 13, 2025 1:26 PM
58
উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা স্বিয়াটেকৰ প্ৰথমটো খিতাপ অৰ্জন
ইগা স্বিয়াটেকে আমান্দা অনিছিমভাক পৰাস্ত কৰি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথমটো খিতাপ অৰ্জন কৰিছে। প'লেণ্ডৰ স্বিয়াটেকে কালি অল ইংলেণ্ড ক্লাবত অনুষ্ঠিত একপক্ষীয় ফাইনেলত আমেৰিকা যুক্তৰাষ্টৰ আমান্দাক ৬-০, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্বিয়াটেক উইম্বলডন টেনিছ প্রতিযোগিতাৰ খিতাপ দখল কৰা প'লেণ্ডৰ মহিলাৰূপে পৰিগণিত হয়। ইপিনে ব্ৰিটেইনৰ জুলীয়ান কেছ আৰু লয়ড গ্লাছপুলে কালি উইম্বলডনৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰি প্রতিযোগিতাৰ ইতিহাসত ১৯৩৬ চনৰ পাছত এই কৃতিত্ব অৰ্জন কৰা প...