May 9, 2024 9:30 PM May 9, 2024 9:30 PM

views 14

বিত্তমন্ত্ৰী সীতাৰমণৰ এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ পূব প্ৰান্তত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত ঝাৰখণ্ডৰ ছেম্বৰ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রিচ ফেদাৰেচনৰ ব্যৱসায়ীসকলৰ এখন সন্মিলনক সম্বোধন কৰে। শ্ৰীমতী সীতাৰমনে বিকশিত ভাৰতৰ প্ৰগতিৰ ইঞ্জিন পূর্বাঞ্চল সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰখনত ভাষণ দিয়ে। ঝাৰখণ্ডত প্ৰভুত পৰিমাণে খনিজ সম্পদ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাজ্যখন নিৰ্মাণৰ কেন্দ্ৰ হৈ পৰিব পৰাকৈ সম্ভাৱনাময়। বিগত কেইবাবছৰো ধৰি ৰাজ্য চৰকাৰৰ অস্থিৰ অৱস্থাৰ বাবে ঝা...