November 29, 2025 1:18 PM

views 20

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ৰ সামৰণি

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ৰ কালি সামৰণি পৰে। ড° শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত অনুষ্ঠিত আকর্ষণীয় সামৰণি অনুষ্ঠানত উপস্থিত থাকি গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তে কয়, যে প্রতি বছৰৰ দৰে এইবাৰো IFFIত সৃষ্টিশীল মনৰ বিভিন্ন কুশীলৱসকলৰ সমাৱেশ ঘটে। এই সমাৱেশে চিন্তা আৰু সৃষ্টিশীলতাৰ অভূতপূৰ্ব সমন্বয় সাধন সম্ভৱ কৰিছে বুলিও শ্রীসাৱন্তে উল্লেখ কৰে। ভাৰতীয় চিনেমাৰ কিংবদন্তি অভিনেতা ৰজনী কান্তৰ ৫০ বছৰীয়া অভিনয় জীবনক মহোৎসবস্থলীত বিশেষ সমাদৰ প্ৰদৰ্শন কৰ...