November 8, 2025 12:54 PM November 8, 2025 12:54 PM
15
গোৱাৰ পানাজিত অহা ২০-২৮ নৱেম্বৰলৈ ৫৬সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
গোৱাৰ পানাজিত অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ ৫৬ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। নতুন দিল্লীত কালি চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্যপ্রযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে কয় যে গোৱাত হ'বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱে এই ক্ষেত্ৰৰ সৈতে জড়িত সমগ্ৰ বিশ্বৰ শিল্পীসকলক একত্ৰিত কৰিব। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কয় যে দেশৰ চলচ্চিত্ৰ জগতৰ যাত্ৰাক উদযাপন কৰাৰ বাবে বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে ২০ নৱেম্বৰত এই মহোৎসৱ আনুষ্ঠ...