November 26, 2025 12:29 PM

views 18

IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসব-IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ অগণন চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীৰ সমাগম হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশ...

November 24, 2025 9:55 AM

views 33

গোৱাৰ পানাজীত ৫৬ সংখ্যক IFFI-ত আজি নিম’ নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক আলোচনা চক্ৰ

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি নিম' নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক এখন আলোচনা চক্ৰত অসমৰ ৰীমা বৰা, মহর্ষি তুহিন কাশ্যপৰ লগতে মণিপুৰৰ থাউবা পৱন কুমাৰে অংশ ল'ব। আলোচনাচক্ৰখন সঞ্চালনা কৰিব মেঘালয়ৰ চলচ্চিত্ৰ পৰিচালক ডমিনিক চাংমায়ে। সন্ধিয়া পাঁচ বজাত ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া প্ৰযোজনাৰ ছবি চিৰাগ প্ৰদৰ্শিত হ'ব। এই ছবিখনৰ পৰিচালক অলিভাৰ লাক্স। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত...

November 22, 2025 12:50 PM

views 13

IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ

গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হয়। চলচ্চিত্র মহোৎসৱৰ আজি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্রসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হ'ব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱত দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্...