November 25, 2025 12:36 PM November 25, 2025 12:36 PM

views 5

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন

■ গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত কালি বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্রিয় শ্বোলে চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয়-বিৰু শীৰ্ষক মটৰ চাইকেলখন প্ৰদৰ্শন কৰা হয়। মহোৎসৱৰ পঞ্চম দিনা আজি দুখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালি...