November 3, 2025 12:44 PM
6
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ প্রথমটো খিতাপ জয়
নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্প'র্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰি মহিলা বিশ্বকাপত প্রথমটো খি...