October 23, 2025 11:56 AM
145
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। আজিৰ খেলত দুয়োটা দলে ২ পইন্ট অৰ্জনৰ বাবে আপ্রাণ চেষ্টা চলাব। ভাৰতে এইবাৰৰ বিশ্বকাপত শ্রীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি প্রত্যয়জনক আৰম্ভণি কৰিছিল যদিও পৰৱৰ্তী সময়ত দক্ষিণ আফ্রিকা, অস্ট্রেলিয়া আৰু ইংলেণ্ডৰ হাতত পৰাস্ত হৈ ছেমি ফাইনেলৰ পূৰ্বে বিদায় লোৱাৰ শংকাত ভূগিবলগীয়া হৈছে। ছেমি ফাইনেলৰ পূৰ্বে বাকী থকা নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে দু...