July 10, 2024 1:02 PM

views 25

তিনিখনীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত ভাৰতীয় মহিলা ক্রিকেট দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ ক্রিকেট শংখলাৰ তিনিখনীয়া তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতে ৮৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১০ অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এই জয়েৰে ভাৰতে শৃংখলাত ১-১ ফলাফলত সমতা স্থাপন কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই ৪০টা বলত ৫৪ আৰু শ্বেফালি বাৰ্মাই ২৫টা বলত ২৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ ...