October 8, 2025 12:20 PM

views 28

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ৪ উইকেটত পৰাস্ত ইংলেণ্ডৰ

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে বাংলাদেশক ৪ উইকেটত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাত বাংলাদেশৰ প্ৰথম পৰাজয় আৰু ইংলেণ্ডৰ দ্বিতীয় জয়। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংলাদেশে দুটা বল বাকী থকা অৱস্থাত ১৭৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ হৈ শোভানা মোস্তাৰীয়ে সৰ্বাধিক ৬০ ৰানৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে ৰাবেয়া খানে ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ ছফী এক্লেষ্টনে তিনিটা উইকেট দখল কৰে। প্ৰত্...