November 2, 2025 11:22 AM

views 49

আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পোর্টছ একাডেমীত হ'বলগীয়া আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে নৱী মুম্বাইত অনুষ্ঠিত ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমিফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্রিকাই গুৱাহাটীত অনুষ্ঠিত প্রথমখন চেমিফাইনেলত ইংলেণ্ডক ১২৫ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। দুয়োটা দলে বৰ্তমানলৈকে বিশ্বকাপৰ খিতাপ দখল কৰ...

October 21, 2025 11:01 AM

views 56

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি নিশা নবী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্পর্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই ৪৮ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০২ ৰান কৰে। দলৰ হৈ হাছিনি পেৰেৰাই সৰ্বাধিক ৮৫ ৰান কৰে। বাংলাদেশৰ হৈ শ্ব'ৰনা আখটাৰে তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশে ৪৫ অভাৰ আৰু এটা বলত ৪ উইকেটৰ বিনিময়ত ১৭৬ ৰানৰ শক্তিশালী প্ৰদৰ্শন কৰে যদিও অৱশেষত নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৯৫...

October 20, 2025 12:19 PM

views 163

ইংলেণ্ড দল আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ইংলেণ্ডে ভাৰতক ৪ ৰানত পৰাস্ত কৰি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা ইন্দোৰৰ হ'লকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ২৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় দলটোৱে নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২৮৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই ৮৮, হৰমনপ্রীত কৌৰে ৭০ আৰু দিপ্তী শৰ্মাই ৫০ ৰান কৰে। ইয়াৰ পূৰ্বে ইংলেন্ডে প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৮৮ ৰান কৰে। দলৰ হৈ হিথাৰ নাইটছে ১০৯ ৰান কৰি ইংলেণ্ডৰ স্থিতি সবল কৰি তোলে। ভাৰতৰ হৈ ...