January 12, 2025 8:35 PM

views 10

দ্বিতীয়খন এদিনীয়া মহিলা ক্রিকেট খেলত ভাৰতীয় দলে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰে

ৰাজকোটত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া ক্রিকেট খেলত ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩৭১ ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি আয়াৰলেণ্ডৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৫৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই তিনিটা আৰু প্ৰিয়া মিশ্ৰই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰি ভাৰতে নিজৰ ইনিংছত ৫ উইকেটৰ বিনিময়ত ৩৭০ ৰাণ সংগ্ৰহ কৰে। জেমাইমা ৰদ্ৰিগজে ৯১ টা বলত এদিনীয়া খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰে। হৰল...

December 25, 2024 12:13 PM

views 16

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়লাভ

ভাৰতে কালি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছে। ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৰলীন দেউলে সৰ্বাধিক ১১৫, প্রতীকা ৰাৱালে ৭৬ আৰু স্মৃতি মান্ধানাই ৫৩ ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে ৪৬ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৩ ৰাণ কৰিবলৈ সমৰ্থ হয়। একেখন ষ্টেডিয়ামতে দেওবাৰে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতে আলহী দলটোক ২১১ ৰানত পৰা...