June 22, 2025 8:09 PM

views 17

২০২৬ চনৰ পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত

ভাৰত আৰু শ্ৰীলংকাত হ'বলগীয়া ২০২৬ চনৰ আই চি চি পুৰুষৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত হৈছে। আমেৰিকা কোৱালিফায়াৰ প্ৰতিযোগিতাত বাহামাজৰ বিৰুদ্ধে জয়লাভ কৰি একেৰাহে পঞ্চমখন খেলত বিজয় সাব্যস্ত কৰাৰ জৰিয়তে কানাডাই বিশ্বকাপ প্রতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰে। মাত্র ৫৭ ৰানতে বাহামাজক ক্ৰিজৰ পৰা বিদায় দিবলৈ সমৰ্থ হোৱা কানাডাই কুৰিটা দলে অংশগ্ৰহণ কৰিবলগীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ত্ৰয়োদশ দল হিচাপে স্থান লাভ কৰিছে। আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ লগতে বৰ্...

April 26, 2025 6:43 PM

views 35

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে।চেন্নাইৰ এম এ চিডম্বম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাছ হায়দাবাদে ৫ উেিকটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাছ হায়দাবাদে ৮ উইকেট হাতত থকা অৱস্থাতে ১৫৫ ৰানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম...

March 10, 2025 12:34 PM

views 36

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে ২০১৩ চনত এম এছ ধোনীৰ নেতৃত্বত এই খিতাপ দখল কৰিছিল। কালিৰ ফাইনেল খেলখনত নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৫২ ৰানৰ বিজয় লক্ষ্য ভাৰতে ১ অ’ভাৰ আৰু ৪টা উইকেট হাতত থকা অৱস্থাত অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। নিউজিলেণ...

March 6, 2025 7:03 PM

views 33

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত হ’বলগীয়া ফাইনেলৰ বাবে দশৰ্কৰ অভূতপূৰ্ব উৎসাহ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানহে কৰিবলৈ সমৰ্থ হয়। যোৱা মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ...

March 6, 2025 11:59 AM

views 29

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে অপৰাজিত ১০০, ৰেজি ভেণ্ডেৰ দ...

March 4, 2025 8:05 PM

views 27

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্বাধিক ৭৩ ৰাণ সংগ্ৰহ কৰে। এলেক্স কেৰীয়ে ৫৭টা বলত ৬১ ৰাণ কৰে। ভাৰতৰ হৈ মহম্মদ শ্বামিয়ে তিনিটা উইকেট দখল কৰাৰ লগতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাডেজাই দুটাকৈ উইকেট দখল কৰে। কৰিছে।         আমাৰ এই বাতৰি...

February 28, 2025 1:02 PM

views 31

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।

February 20, 2025 7:38 AM

views 30

আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তান ৬০ ৰাণত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ প্ৰথমখন খেলত যোৱা নিশা নিউজিলেণ্ডে যোৱা বাৰৰ চেম্পিয়ন পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে। কৰাছীত অনুষ্ঠিত খেলখনত পাকিস্তানে উছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক নিয়ন্ত্ৰণত ৰখাৰ বাবে যথেষ্ট সংঘর্ষ কৰিবলগীয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩২০ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয়ঙে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। টম লাথামে সৰ্বাধিক ১১৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ নছিম শ্বাহ আৰু হাছি ৰওফে দ...

December 19, 2024 12:57 PM

views 27

আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন

ব্ৰীছবেন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন আছে। দক্ষিণ আফ্রিকা পইণ্ট তালিকাৰ শীৰ্ষত আৰু অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দ্বিতীয়টো দলৰূপে ফাইনেলত প্ৰৱেশ কৰিবলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অব্যাহত থকা শৃংখলাৰ বাকী খেল দুখনত ভাৰতৰ বাবে জয় অৱশ্যম্ভাৱী হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট কালি অমীমাংসিতভাৱে সমাপ্ত হয়। খে...

October 11, 2024 11:36 AM

views 23

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ জয়লাভ

ৱেষ্ট ইণ্ডিজে যোৱা নিশা ইউ এ ইৰ শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰে। বাংলাদেশে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ১০৩ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ অধিনায়ক নিগাৰ চুলতানাই ৪৪টা বলত ৩৯ ৰাণ সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ কৰিশ্মা ৰামহাৰেকে চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১৩ অভাৰ ৫টা বলত দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক মেথিউজ আৰু ষ্ট...