February 21, 2025 11:09 AM

views 15

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ, বাংলাদেশক ৬ উইকেটত পৰাস্ত

ভাৰতে আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২২৮ ৰান কৰে। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে ১০০ আৰু জাকেৰ আলীয়ে ৬৮ ৰান কৰে। ভাৰতৰ হৈ মহম্মদ ছামিয়ে ৫টা উইকেট দখল কৰে। হৰ্ষিত ৰাণাই তিনিটা আৰু অক্ষৰ পেটেলে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে শু...