November 3, 2025 1:01 PM
50
আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰা ভাৰতীয় দলক ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰতীয় দলক আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয়ৰ বাবে অভিনন্দন জনাইছে, এটা বার্তাত শ্রীমতী মুর্মুৱে কয়, যে দলটোবে প্রথমবাৰৰ বাবে মহিলা বিশ্বকাপ ক্রিকেটত বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা আৰু প্ৰদৰ্শনৰ যোগ্য ফলাফল লাভ কৰিলে বুলি তেওঁ উল্লেখ কৰে। দেশক গৌৰৱান্বিত কৰি তোলাৰ ছোৱালীসকলৰ এই প্রচেষ্টাক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় দলক জয়ৰ বাবে শুভেচ্ছা জনাইছে। প্রধানমন্ত্রীয়ে এটা বার্তাত মহিলা বিশ...