December 24, 2024 9:11 PM
13
অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফী
আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ'ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিব। ভাৰতক বাংলাদেশ, নিউজিলেণ্ড আৰু পাকিস্তানৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ-এত স্থান দিয়া হৈছে। আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক গ্ৰুপ-বিত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯ ফেব্ৰু...