June 27, 2025 11:37 AM
14
আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন চৰকাৰৰ
চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকচন চমুকৈ আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থী পৰীক্ষণৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। বিত্ত মন্ত্ৰালয়ৰ অধীনৰ বিত্তীয় সেৱা বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি, আইবিপিএছে নিজৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ পৰিচয় পৰীক্ষা কৰাৰ বাবে স্বেচ্ছামূলকভাৱে আধাৰ প্রমাণীকৰণ ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপে পৰীক্ষাৰ সময়ত ভুৱা পৰিচয় আৰু আন অসৎ উপায় অৱলম্বন ৰোধ কৰি বেংক, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ নিযুক্তি প্রক্রিয়া আ...