August 28, 2025 12:07 PM
14
জম্মু আৰু উত্তৰ পঞ্জাৱত ভাৰতীয় বায়ুসেনা বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত
ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বৰ্ধিত জলস্তৰ আৰু বিধবংসী বানত আক্রান্ত লোকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনোৱা অনুসৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ, বিমান আৰু অন্যান্য সা-সুবিধাৰ জৰিয়তে জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে। জন্মৰ আখৰ অঞ্চল, পাঠানকোট আৰু পঞ্জাৱৰ ডেৰা বাবা নানক অঞ্চলত আৱদ্ধ হৈ থকা সশস্ত্রবাহিনীৰ জোৱানসকলকো ভাৰতীয় বায়ুসেনা বাহিনীয়ে এই অভিযানত সামৰি লোৱা বুলি বিবৃতিটোত প্ৰকাশ...