June 22, 2025 7:53 PM

views 31

আন্তৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থাৰ কাইলৈ জৰুৰী বৈঠকৰ আয়োজন

আন্তৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থা IAEA য়ে কাইলৈ এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্ৰোছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাইলৈ এই বৈঠকৰ আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰোছিয়ে আজি কয় যে ইৰানৰ পাৰমানৱিক সুবিধাৰ স্থলসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই চলোৱা আক্ৰমনৰ পাছত সংস্থাটোৰ গৱৰ্ণৰসকলৰ পৰিষদৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইৰানৰ পাৰমানৱিক অস্ত্ৰ বিভাগৰ মুৰববী মহম্মদ ইছলামে IAEAলৈ লিখিতভাৱে প্ৰেৰণ কৰা এ...