April 2, 2024 8:31 PM April 2, 2024 8:31 PM
29
বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ
♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনত কৰ্ণাটকে বিজেপিক ৪৩ শতাংশ ভোট আৰু ১৭খন আসন দিছিল। Read More News : কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা পোখৰা...