August 14, 2024 12:05 PM

views 32

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি

কাইলৈ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। এই পৰিপ্ৰেক্ষিতত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটীৰ খানাপাৰাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী ম...