July 22, 2025 8:14 PM July 22, 2025 8:14 PM
6
ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ১৯৬.২৮ কোটি টকা উপাৰ্জন
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ১৯৬ কোটি ২৮ লাখ টকা উপাৰ্জন কৰে। এই পৰিমাণ যোৱাটো বিত্তীয় বছৰৰ তুলনাত প্ৰায় ১০ কোটি টকা অধিক। ইয়াৰ বিপৰীতে মন্ত্ৰালয়ে ডি টি এইছ অর্থাৎ ডাইৰেক্ট টু হোম টেলিভিছন সেৱাৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ৬৪৮ কোটি ৭৩ লাখ উপাৰ্জন কৰে। এই পৰিমাণ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত প্রায় ১৩ কোটি কম হয়। চৰকাৰী সূত্রই নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি ভাৰত কোষ প'ৰ্টেলৰ যোগেদি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে য...