October 3, 2024 12:16 PM

views 19

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি পাইছে। আমেৰিকাৰ দক্ষিণ প্ৰান্তত এতিয়াও শ শ লোক নিৰুদ্দেশ হৈ আছে। কেৱল উত্তৰ কেৰ'লিনাত কমেও ৯০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি জ' বাইডেনে আজি উত্তৰ কেৰ'লিনা পৰিদৰ্শন কৰিব। প্ৰতিৰক্ষা বিভাগত ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ কেৰ'লিনাত এহেজাৰ অতিৰিক্ত সৈনিক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে। ডেম'ক্রেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে জর্জিয়া ভ্ৰমণ কৰিছে। ৰিপাব্লিকান দলৰ প...