March 2, 2025 8:37 PM

views 16

পাকিস্তানত আটক হৈ থকা আফগানিস্তানৰ নাগৰিকসকলক মুকলি কৰি দিবলৈ মানৱ অধিকাৰ সংস্থাৰ আহ্বান

মানৱ অধিকাৰ সংস্থাৰ শৰনাৰ্থীৰ হৈ ওকালতি কৰা এটা গোটে পাকিস্তানক তেওঁলোকৰ নিৰাপত্তা বাহিনীৰ কৰায়ত্ত কৰি ৰখা আফগানিস্তানৰ নাগৰিকসকলক মুকলি কৰি দিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই গোটসমূহে পাকিস্তানৰ এনে ধৰণৰ কাৰ্যই আন্তৰাষ্ট্ৰীয় আইন উলংঘা আৰু শৰণাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা দায়বদ্ধতাক পাকিস্তানে মানি চলা নাই বুলি অভিহিত কৰিছে। পাকিস্তানে অহা ৩১ মাৰ্চৰ ভিতৰত আফগানিস্তানৰ শৰনাৰ্থীসকলক স্বেচ্ছাই পাকিস্তান এৰি যাবলৈ নিৰ্দেশ দিয়া অথবা এই নির্দেশ অমান্য কৰা শৰনাৰ্থীসকলক বল প্রয়োগ কৰি...