August 20, 2025 12:17 PM

views 12

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিলৰ নিৰ্দেশ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ সময়ত হোৱা বিসংগতি দূৰ কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰসমূহ নতুনকৈ চিনাক্ত কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে পৰীক্ষা কেন্দ্ৰসমূহৰ ন...