July 19, 2024 11:56 AM
18
শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছক আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন
কেন্দ্রীয় ক্রীড়া মন্ত্ৰালয়ে মিছন অলিম্পিক ছেলে অলিম্পিক অভিমুখী শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছ ফ্ৰান্সৰ পেৰিছত থকা বাবে আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মেথিউছৰ ব্যয় টার্গেট অলিম্পিক প'ডিয়াম আঁচনিৰ অধীনত আদায় কৰা হ'ব। উল্লেখযোগ্য যে টপছে তেওঁৰ বিমান ভাড়া, থকাৰ ব্যৱস্থা, দৈনিক মাচুল, ভিছা মাচুল, স্থানীয় পৰিবহণ, চিকিৎসা ব্যয়ৰ দৰে বিবিধ খৰচৰ বাবে ধন আগবঢ়াব আৰু এই সময়ছোৱাৰ বাবে তেওঁ আউট অব পকেট ভাট্টাও প্ৰদান কৰিব। প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে বিভিন্...