March 23, 2025 12:21 PM March 23, 2025 12:21 PM
7
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল
প্ৰশ্নকাকত ফাদিল আৰু প্ৰ'ট'কল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ'বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ'বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈঠকত পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে। ইপিনে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্ধাৰিত সময়ৰ পূৰ্বে একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকতৰ পেকেটৰ চীল খোলাৰ বাবে ১০ খন জ...