February 12, 2025 11:01 AM

views 37

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬,৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন ...

December 18, 2024 8:31 PM

views 13

ডিচেম্বৰ মাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰাক্- চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰাক্- চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো অনুমতিপ্রাপ্ত আৰু স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানত এই প্রাক্-চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো শিক্ষানুষ্ঠানৰ মুৰববীয়ে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সকলো শিক্ষানুষ্ঠানে বাধ্যতামূলকভাৱে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ সুৰক্ষিত ৰাখিব লাগিব। পাছত সেয...