May 12, 2024 12:14 PM

views 25

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ মনোনীত সদস্য

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত হৈছে। হাজৰিকা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। আসনখনক তেওঁ বেৰ'নেছ হাজৰিকা অব কোটব্রীজ বুলি আখ্যা দিছে। হাউছ অব লর্ডছত— প্রধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ব্ৰিটেইনৰ ৰজাই প্রতিনিধিসকলক নিযুক্তি দিয়ে। উল্লেখযোগ্য যে, ৰাজনৈতিক সমালোচক তথা ব্যংগ শিল্পী হিচাপে পৰিচিত আয়েশা ইউছুফ হাজৰিকাই পূর্বে লেবাৰ পাৰ্টীৰ নেতা গর্ডন ব্রাউন আৰু এড মিলিবেণ্ডৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হ...