September 13, 2025 8:52 PM

views 33

হংকং অ’পেন ছুপাৰ ফাইভ হাণ্ড্ৰেড বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন ফাইনেলত প্ৰৱেশ

হংকং অ'পেন ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্যসেন পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেমিফাইনেলত তেওঁ টাইৱানৰ চৌ তিয়ানছেনক ২৩-২১, ২৩-২০ গেমত পৰাস্ত কৰে ৷ ফাইনেলত লক্ষ্যই চীনৰ লী ছেইফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সৰ ক্ৰিষ্টো পপ'ভক ২১-২১, ১৮-১৯ গেমত পৰাস্ত কৰি লী ছেইফেং ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ স্বাত্বিকসাইৰাজ ৰনকিড্ডেী আৰু ছিৰাগ চেট্টীৰ যুটীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি পুৱা ছেমি ফাইনেলত চীনা টাইপেইৰ চেন চেং কোৱান আৰু লীন বিং ৱেই...