June 29, 2024 9:14 PM

views 24

দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্য প্ৰণালী আঁকোৱালি লৈছে। তেওঁ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে সদায় বিপর্যয়ৰ সময়ত কোনো লোক যাতে হতাহত নহয় সেই উদ্দেশ্যে কাম কৰা উচিত। বিজয় নামৰ পৰ্বতাৰোহন অভিযান মুকলি কৰি শ্ৰী শ্বাহে আজি এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অকল ভাৰততে নহয় বৰং বিশ্বৰ যিকোনো ঠাইত বিপর্যয় দেখা দিলে দেশ আৰু বিশ্বৰ জনসাধাৰণে এন ডি আৰ এফৰ প্ৰতি আশাৰে চায়। তেওঁ কয় যে, পৰিস্থিতি যিমানেই প্রতিকূল ...