July 13, 2024 9:01 PM

views 10

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ সীমামুৰীয়া গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে স্থানীয় বাসিন্দাসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ পৰা প্ৰব্ৰজন বন্ধ কৰাৰ বাবে এই গাঁওসমূহৰ সৈতে যোগাযোগ সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, সীমাৱর্তী গাঁওসমূহত নিয়োজিত কেন্দ্ৰীয় স...