January 19, 2025 12:18 PM
জম্মুৰ ৰাজৌৰিত বিগত কিছুদিনত কেইবাজনো লোকৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ দল গঠনৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰি জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ এটা দল গঠন কৰাৰ নিৰ্দ...