January 19, 2025 12:18 PM

views 11

জম্মুৰ ৰাজৌৰিত বিগত কিছুদিনত কেইবাজনো লোকৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ দল গঠনৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰি জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ এটা দল গঠন কৰাৰ নিৰ্দেশ দিছে। গৃহ মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ এই দলটোৱে বিগত ৬ সপ্তাহত তিনিটা পৃথক ঘটনাত লোক কেইজনৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ গাঁওসমূহ ভ্ৰমণ কৰিব। দলটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ লগতে কৃষি, ৰসায়ন তথা সাৰ আৰু জলসম্পদ মন্ত্ৰ্যালয়ৰ বিশেষজ্ঞসকল থাকিব। ইয়াৰ উপৰি পশুপালন, খাদ্য সুৰক্ষা আ...