December 17, 2024 8:08 PM

views 15

পাকিস্তানলৈ প্ৰেৰণ কৰা এগৰাকী ভাৰতীয় মহিলা ২২ বছৰৰ মূৰত স্বদেশত উপস্থিত

এটা ভ্রমণ ব্যৱস্থাপনা প্রতিষ্ঠানৰ এজন সদস্যই প্ৰৱঞ্চনাৰে পাকিস্তানলৈ প্ৰেৰণ কৰা এগৰাকী ভাৰতীয় মহিলা ২২ বছৰৰ মূৰত আজি স্বদেশলৈ উভতি আহে। যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ অন্তত ভাৰতীয় ইমিগ্ৰেচন আৰু সীমা শুল্ক বিভাগে হামিদা বানো নামৰ এই মহিলাগৰাকীক অট্টাৰিৰ জিলা প্ৰশাসনক গতাই দিয়ে। তাৰ পাছত তেওঁক অমৃতচৰৰ গুৰু নানক দেৱ হাস্পতাললৈ স্বাস্থ্যজনিত পৰীক্ষাৰ বাবে লৈ যোৱা হয়। হামিদা বানোৱে প্ৰকাশ কৰা অনুসৰি, ভ্রমণ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সদস্যজনে ডুবাইত চাকৰি দিয়াৰ প্রলোভনেৰে তেওঁক পাকিস্তানৰ সিন্ধ প্ৰদে...