October 29, 2024 12:19 PM October 29, 2024 12:19 PM

views 5

হোজাইত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে জিলা প্রশাসনৰ নীতি-নিৰ্দেশনা জাৰি

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোজাই জিলা প্রশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। জিলাখনত ফটকা বিক্ৰী কৰা বিপণীসমূহে প্ৰশাসনৰ লগতে পৌৰসভা অথবা পঞ্চায়তৰ পৰা অনুমতি ল'ব লাগিব। জনসাধাৰণে উচ্চ শব্দৰ ফটকা ব্যৱহাৰ কৰিব নোৱাৰিব। জিলাখনৰ প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজক সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। আনহাতে ৰাজ্যৰ কেইবাখনো জিলাত অহা ১ নৱেম্বৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনেও এই সন্দৰ্ভত জাননী জাৰি কৰিছে। শিৱসাগৰ জিলা আয়ুক্তইও এই দিনটো স্থানীয় বন্ধৰ দিন ঘোষণা কৰ...