November 30, 2025 7:01 PM November 30, 2025 7:01 PM
7
পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ
হোজাই জিলাত বিগত কিছুদিন ধৰি সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰৰ দৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পৰিবহন বিষয়াই জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ বাহনৰ গতি ঘণ্টাত ৪০ কিলোমিটাৰ ...