September 24, 2024 9:12 PM September 24, 2024 9:12 PM

views 3

২০২৫ চনৰ হজৰ বাবে আৱেদন পত্র দাখিলৰ সময় ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি

২০২৫ চনৰ হজৰ বাবে আৱেদন পত্র দাখিল কৰাৰ প্ৰক্ৰিয়া অহা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। সেই অনুসৰি ৩০ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে জাৰি হোৱা আৰু ২০২৬ চনৰ ১৫ জানুৱাৰীলৈ বৈধতা থকা পাৰপত্ৰ ধাৰকসকলে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতীয় হজ কমিটীৰ ৱেবছাইট WWW.HAJCOMMITEE.GOV.IN আৰু মোবাইল এপ হজ সুবিধাৰ জৰিয়তে অনলাইন আৱেদন কৰিব পাৰিব।