April 14, 2025 8:07 PM

views 33

অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা

অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হ'বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দলটো আজি হকী ইণ্ডিয়াই ঘোষণা কৰে। ৫ খন খেলৰ শৃংখলাটোত ভাৰতে প্ৰথম দুখন খেলত অস্ট্রেলিয়া- Aৰ বিৰুদ্ধে খেলিব। তাৰ পাছতে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে তিনিখন খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক চালিমা টেটেই নেতৃত্ব দিয়াৰ লগতে নৱনীত কৌৰ হ'ব উপ অধিনায়ক। দলটোত সবিতা আৰু নৱাগত বিশুদেৱী খাৰিবেমক গল কিপাৰ হিচাপে নিৰ্বাচন কৰা হৈছে। জুন মাহত হ'বলগীয়া FIH pro league 2024-25 ৰ বাবে এই ভ্ৰমণ ভাৰতীয় দলটোৰ বা...

May 10, 2024 11:51 AM

views 19

এফ আই এইচ হকী প্ৰ’ লীগত অংশগ্রহণৰ বাবে ২৪জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত হ'বলগীয়া এফ আই এইচ হকী প্ৰ' লীগ ২০২৩-২৪ত অংশগ্রহণ কৰিবলগীয়া ২৪ জনীয়া ভাৰতীয় পুৰুষ দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হৰমনপ্রীত সিঙক দলৰ অধিনায়ক আৰু হার্দিক সিঙক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। প্রতিযোগিতাৰ বেলজিয়াম পৰ্যায় ২২ মে'ৰ পৰা ৩০ মে'লৈ আৰু ইংলেণ্ড পৰ্যায় ১ জুনৰ পৰা ১২ জুনলৈ চলিব। ভাৰত দুয়োটা পৰ্যায়ত আর্জেণ্টিনা, বেলজিয়াম, জার্মানী আৰু গ্রেট ব্ৰিটেইনৰ বিৰুদ্ধে দুবাৰকৈ মুখামুখি হ'ব। আর্জেণ্টিনাৰ বিৰুদ্ধে ২২ মে'ত হ'বলগীয়া খেলেৰে ভাৰতে ন...