June 27, 2024 11:52 AM

views 22

পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা হকী ইণ্ডিয়াৰ, অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক

হকী ইণ্ডিয়াই ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকৰ হকীত ভাগ লোৱাৰ বাবে কালি ভাৰতীয় পুৰুষ দলৰ ১৬ গৰাকী সদস্যৰ নাম ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাগ ল'বলগীয়া ৫ গৰাকী খেলুৱৈ থকা দলটোৰ অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক দিয়া হৈছে। তাৰকা মিডফিল্ডাৰ হার্দিক সিঙক দলৰ সহ-অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি দলৰ বাকী সদস্যসকল হ'ল- পি আৰ শ্ৰীজেশ, জর্মানপ্রীত সিং, অমিত ৰোহিদাস, সুমিত, সঞ্জয়, ৰাজ কুমাৰ পাল, ছমশ্বেৰ সিং, মনপ্রীত সিং, বিবেক সাগৰ প্রসা...