January 10, 2026 7:53 PM

views 11

নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা, ২০২৬ত হর্ষ মালহোট্ৰাৰ অংশগ্ৰহণ

বিকশিত ভাৰত, যুব নেতা আলোচনা ৰাষ্ট্ৰজোৰা এক আন্দোলনলৈ ৰূপান্তৰিত হৈছে, যাৰ জৰিয়তে যুৱ প্ৰজন্মক প্রশাসন আৰু নীতি নির্ধাৰণৰ ক্ষেত্ৰত সংযুক্ত কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ ৰাজ্য মন্ত্রী হর্ষ মালহোটাই নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা, ২০২৬ত অংশগ্রহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রীমালহোট্ৰাই কয় যে এই আলোচনাই যুব নেতাসকলক এখন মঞ্চ দিছে, য'ৰ পৰা তেওঁলোকে নিজৰ আদৰ্শ আৰু মত প্ৰকাশ কৰাৰ লগতে ৰাষ্টই সম্মুখীন হোৱা কঠিন প্রত্যাহ্বানসমূহৰ সৈতে নিজক জড়িত কৰাৰ আৰু সমাধান আগবঢ়োৱাৰ ক্ষেত্ৰত...