June 20, 2025 11:16 AM
গৃহমন্ত্রী অমিত শ্বাহৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কালি সন্ধিয়া বেংগালুৰুত উপস্থিত হৈছে। কালি শ্ৰীশ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ কৰে। গৃহমন...