December 21, 2024 12:02 PM

views 12

আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰো উপস্থিত থাকিব। এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব। উত্তৰ-পূব পৰিষদৰ এই পূৰ্ণাংগ বৈঠক কাৰিকৰী সত্ৰৰে কালি আৰম্ভ হৈছে। জ্যোতিৰাদিত্য সিন্ধিয়াই কালি সন্ধিয়া আগৰতলাত উপস্থিত হৈ সাং...