October 16, 2025 8:06 PM

views 25

সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি চৰকাৰে শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে : অমিত শ্বাহ

চৰকাৰে সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে দোহাৰিছে। নতুন দিল্লীত আজি পলাতক অপৰাধীৰ প্ৰত্যর্পণ প্রত্যাহ্বান আৰু ৰণ কৌশল সম্পর্কীয় এখন সম্মিলন মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সকলো অপৰাধীকে আইনৰ আওতালৈ অনাৰ বাবে দেশত এটা শক্তিশালী ব্যবস্থা বিকশাই তোলা হৈছে। তেওঁ কয়, যে প্ৰতিগৰাকী পলাতক অপৰাধীৰ সৈতে ক্ষমাহীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত আৰু তেওঁলোকক দেশৰ ন্যায় ব্যৱস্থাৰ সন্মুখলৈ অনা উচিত। মন্ত্...