August 30, 2025 11:18 AM August 30, 2025 11:18 AM

views 10

গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণে ৰাজ্যক নতুন মাত্ৰা প্ৰদান কৰিলে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণে ৰাজ্যৰ শান্তি, উন্নতি আৰু শক্তিশালী আন্তঃগাঁথনি সৃষ্টিৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী শ্বাহে কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ উপৰি খানাপাৰাত নির্মীয়মান জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকী উদযাপন উপলক্ষে শ...

August 26, 2025 7:54 PM August 26, 2025 7:54 PM

views 17

২৯ আগষ্টত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৯ আগষ্টত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনা দিনৰ ১১ বজাত পঞ্চায়ত সন্মিলনৰ পূৰ্বে অসম ৰাজভৱনৰ নতুন গৃহ উন্মোচন কৰিব। শ্ৰীশ্বাহে গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত পঞ্চায়ত প্রতিনিধি সন্মিলনত অংশ লৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। আজি দলৰ ৰাজ্যিক ...