August 26, 2025 8:40 PM

views 16

ভৰালী চ’কত যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত ২৯ আগষ্টত গোৰেশ্বৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানিৰ দিন

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চ'কত উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত গোৰেশ্বৰৰ চক্ৰ বিষয়া ত্রিলিনা টাইড তদন্ত সমিতিয়ে এই ঘটনা সম্পৰ্কত অহা ২৯ আগষ্টত দিনৰ ১১ বজাত গোৰেশ্বৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানিৰ দিন ধাৰ্য কৰিছে। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী অথবা আন বিষয়ক কোনো তথ্য থাকিলে সংশ্লিষ্ট ব্যক্তিয়ে সেইদিনা সমিতিৰ আগত সাক্ষ্য দিব পাৰিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ...