October 28, 2025 8:49 PM
7
এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
হিন্দুস্তান এৰ'নাটিকছ লিমিটেডে এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ পাবলিক জইন্ট ষ্ট'ক কোম্পানী ইউনাইটেড এয়াৰ ক্রাফট কৰ্পৰেছনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স...