May 17, 2025 8:56 PM
কামৰূপৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ৩৮০ কোটি টকা ব্যয়সাপ...